অসমীয়া সাঁথৰ অলনিৰ কুকুৰা দলনিত চলে, চুই দিলেই কোন বাৰু জাপ খাই পৰে ?
১/ অলনিৰ কুকুৰা দলনিত চলে,
চুই দিলেই কোন বাৰু জাপ খাই পৰে ?
=নিলাজী বন
২/ অলনিৰ চৰাইটো বননিত চৰে
ভৰি দিলেই কিহে বাৰু ঢেং ঢেং কৰে ?
= ঢেঁকী
৩/ অ গাঁৱৰ বাতৰি কোৱা,
কি গছৰ পাত বাৰু গোটা ?
= পিয়াজ
Comments
Post a Comment